যিহো 17 : 1 (IRVAS)
এইদৰে মনচি* মনচি এওঁ যোচেফৰ প্ৰথম সন্তান ফৈদলৈ দেশ ভাগ কৰা হ’ল - সেয়াই মাখিৰলৈও, এওঁ মনচিৰ জেষ্ঠ পুত্র আৰু গিলিয়দৰ পিতৃ আছিল৷ মাখিৰৰ বংশধৰসকললৈ গিলিয়দ আৰু বাচানৰ অঞ্চলবোৰ ভাগ কৰা হ’ল; কিয়নো মাখীৰ এজন যুদ্ধাৰু লোক আছিল৷

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18