যোহন 12 : 1 (IRVAS)
যীচুক সুগন্ধি তেল ঘঁহা আৰু ইয়াৰ অৰ্থ * যিচ 49:6; যো 10:16; ইফি2:14-18৷ নিস্তাৰ-পৰ্বৰ ছয় দিনৰ আগতে যীচু বৈথনিয়া গাওঁলৈ আহিল, সেই ঠাইত লাজাৰে বাস কৰিছিল৷ এই জন লাজাৰকে যীচুৱে মৃত্যুৰ পৰা তুলিছিল। মথি26: 6 মার্ক 14: 3৷

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50