যোৱে 1 : 19 (IRVAS)
হে যিহোৱা, মই তোমাৰেই আগত কাতৰোক্তি কৰিছোঁ। কিয়নো অগ্নিয়ে অৰণ্যৰ চৰণীয়া ঠাইবোৰ গ্ৰাস কৰিলে, অগ্নিশিখাই খেতিৰ সকলো গছবোৰ পুৰি পেলালে।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20