যিৰি 40 : 1 (IRVAS)
{যিৰিমিয়াক মুক্ত কৰা। গদলিয়াক বধ কৰা। লোকসকলে পলাই মিচৰলৈ যাত্ৰা কৰা। } বাবিললৈ বন্দী কৰি লৈ যোৱা যিৰূচালেমৰ আৰু যিহূদাৰ লোকসকলৰ মাজত যিৰিমিয়াক নবুজৰদান ৰক্ষক-সেনাপতিয়ে শিকলিৰে বন্ধা পাই তেওঁক ৰামাৰ পৰা পঠাই দিয়াৰ পাছত যিহোৱাৰ পৰা যি বাক্য আহিছিল, সেই বাক্য।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16