যিৰি 15 : 1 (IRVAS)
{আহিব লগা আপদ। ভাববাদীৰ বিলাপ আৰু যিহোৱাৰ উত্তৰ। } তেতিয়া যিহোৱাই মোক ক’লে, “যদিও মোচি আৰু চমূৱেল মোৰ আগত থিয় হয়, তথাপি মোৰ মন এই জাতিলৈ সদয় নহ’ব; তুমি মোৰ আগৰ পৰা তেওঁলোকক বিদায় কৰা, তেওঁলোক ওলাই গুচি যাওঁক।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21