যিৰি 12 : 1 (IRVAS)
{দুষ্টৰ উন্নতি। যিৰিমিয়াৰ দুখভোগ। দেশৰ বিনাশ। ইস্ৰায়েলৰ শত্ৰূৰ শেষ গতি। } “হে যিহোৱা, তুমি ধাৰ্মিক, তথাপি তোমাৰ লগত মোক প্ৰতিবাদ কৰিবলৈ দিয়া, বিচাৰৰ সম্পৰ্কে মোক তোমাৰ লগত কেৱল কথা কবলৈ দিয়া। “দুষ্টবোৰৰ পথ কিয় উন্নত হয়? অতি বিশ্বাস-ঘাতকবোৰ কিয় শান্তিৰে থাকে?

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17