যিচ 46 : 1 (IRVAS)
{বাবিলৰ দেৱতাবোৰৰ বিনাশ আৰু তাৰ পতন। } বেল দেৱতা মুৰ্ত্তিবোৰ নত হ’ল, নবো মুৰ্ত্তিবোৰ দোঁ খালে, সেইবোৰ গধুৰ হোৱা বাবে কঢ়িয়াই নিয়া জন্তুবোৰ নিম্নগামী হ’ল। এই কঢ়িয়াই নিয়া মুর্ত্তিবোৰ ভাগৰুৱা জন্তুৰ বাবে গধুৰ বোজা হ’ল।

1 2 3 4 5 6 7 8 9 10 11 12 13