যিচ 39 : 1 (IRVAS)
{বাবিলৰ পৰা হিষ্কিয়াৰ ওচৰলৈ দূত অহা। } সেই সময়ত বলদানৰ পুত্ৰ মৰোদক বলদান নামেৰে বাবিলৰ ৰজাই হিষ্কিয়াৰ ওচৰলৈ এখন পত্ৰ আৰু এটি উপহাৰ পঠালে; কাৰণ তেওঁ শুনিছিল যে, হিষ্কিয়া নৰিয়া পৰি সুস্থ হৈছিল।

1 2 3 4 5 6 7 8