যিচ 35 : 1 (IRVAS)
{ইস্ৰায়েলৰ পুনঃস্থাপন। } মৰুপ্রান্ত আৰু নিৰ্জন ঠাইবোৰ আনন্দিত হ’ব, আৰু গোলাপ ফুলৰ দৰে, মৰুভূমি ফুল ফুলিব আৰু প্ৰফুল্লিত হ’ব।

1 2 3 4 5 6 7 8 9 10