যিচ 29 : 1 (IRVAS)
{যিৰূচালেমৰ বিষয়ে যিহোৱাই সিদ্ধ কৰিব লগীয়া উদ্দেশ্য। } হে অৰিয়েল* ঈশ্বৰৰ ক্রোধ বা যজ্ঞবেদীৰ জুইৰ ঠাই বা যিৰূচালেম নগৰ , হে অৰিয়েল, দায়ুদে ছাউনি পতা নগৰ! বছৰত বছৰ যোগ দিয়া; উৎসৱৰ পাছত উৎসৱ আহক।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24