যিচ 20 : 1 (IRVAS)
{মিচৰ আৰু কুচৰ পৰাজয় কৰাৰ বিষয়। } সেই বছৰত অচূৰৰ ৰজা চৰ্গোনে যেতিয়া তৰ্ত্তনক পঠালে, তেতিয়া তৰ্ত্তন অচ্‌দোদ নগৰলৈ আহিল; আৰু অচদোদৰ বিৰুদ্ধে যুদ্ধ কৰি তাক জব্দ কৰিলে।

1 2 3 4 5 6