হোচ 1 : 4 (IRVAS)
সেইদৰে হোচেয়াই গৈ দিব্লয়িমৰ জীয়েক গোমৰক বিবাহ কৰিলে; তাৰ পাছত তাই গৰ্ভৱতী হৈ হোচেয়ালৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেতিয়া যিহোৱাই হোচেয়াক ক’লে, “তুমি সেই ল’ৰাৰ নাম যিজ্ৰিয়েল[* অর্থ হ’ল, “ঈশ্বৰে উদ্ধাৰ কৰে।” ] ৰাখা; কিয়নো কিছু সময়ৰ ভিতৰত যিজ্ৰিয়েল নগৰত যেহূৱে কৰা ৰক্তপাতৰ কাৰণে মই যেহূৰ বংশক দণ্ড দিম আৰু মই ইস্ৰায়েল-বংশৰ ৰাজ্য শেষ কৰি দিম। [† যিজ্ৰিয়েল নগৰত যেহূৱে ইস্রায়েলৰ ৰজা আৰু ৰাজপৰিয়ালৰ সকলো সদস্যকে বধ কৰিছিল। আৰু তেওঁ নতুন নিয়ম প্রবর্তন কৰিছিল (2ৰজাৱলী অধ্যায় 1-10) ]

1 2 3 4 5 6 7 8 9 10 11