ইব্ৰী 4 : 14 (IRVAS)
যীচু মহা-পুৰোহিত স্বৰ্গবোৰৰ মাজেদি যোৱা আমাৰ এজন মহান মহা-পুৰোহিত আছে। তেওঁ ঈশ্বৰৰ পুত্র যীচু খ্রীষ্ট। গতিকে আহক, আমি আমাৰ বিশ্বাস দৃঢ়কৈ ধৰি ৰাখোহঁক।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16