ইব্ৰী 3 : 1 (IRVAS)
যীচু মোচিতকৈ মহান এই কাৰণে, হে স্বৰ্গীয় আমন্ত্ৰণৰ সহভাগী পবিত্ৰ ভাই সকল, আপোনালোকে যীচুলৈ মনোযোগ কৰক। তেওঁ আমি স্বীকাৰ কৰা ঈশ্বৰৰ পাঁচনি আৰু সেই মহা-পুৰোহিত।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19