আদি 14 : 1 (IRVAS)
ৰজাসকলৰ যুদ্ধ আৰু লোট বন্দী হোৱা যি সময়ত চিনাৰ দেশৰ* চিনাৰ দেশ:ব্যাবিলন ৰজা অম্ৰাফল আছিল, তেতিয়া অৰিয়োক আছিল ইল্লাচৰৰ ৰজা, এলমৰ ৰজা আছিল কদৰ্লায়োমৰ আৰু গোয়ীমৰ ৰজা তিদিয়ল আছিল,

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24