আদি 13 : 1 (IRVAS)
অব্রামৰ কনানলৈ প্রত্যাৱর্তন তেতিয়া অব্ৰামে তেওঁৰ ভাৰ্যা আৰু তেওঁলোকৰ সকলো বয়-বস্তুৰে সৈতে মিচৰ দেশ এৰি নেগেভলৈ গ’ল; সেই সময়ত লোটও তেওঁলোকৰ লগত আছিল।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18