আদি 12 : 1 (IRVAS)
ঈশ্বৰে অব্রামক আমন্ত্রণ কৰা যিহোৱাই অব্ৰামক ক’লে, “তুমি তোমাৰ নিজৰ দেশ, তোমাৰ আত্মীয়-স্বজন* যি ঠাইত জন্মিছিল সেই ঠাইৰ লোক আৰু তোমাৰ পিতৃৰ ঘৰ ত্যাগ কৰি মই যি দেশ তোমাক দেখুৱাম সেই দেশলৈ যোৱা।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20