ইজ্ৰা 5 : 1 (IRVAS)
{মন্দিৰ নিৰ্ম্মাণ কাৰ্য পুনৰ আৰম্ভ কৰা। দেশাধ্যক্ষই পঠোৱা পত্ৰ। } তাৰ পাছত হগ্গয় ভাবাদী আৰু ইদ্দোৰ পুত্ৰ জখৰিয়া ভাববাদীয়ে, যিহূদা আৰু যিৰূচালেমত থকা যিহূদী লোকসকলৰ আগত ইস্ৰায়েলৰ ঈশ্বৰৰ নামত ভাববাণী প্ৰচাৰ কৰিলে।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17