ইজ্ৰা 3 : 1 (IRVAS)
{যজ্ঞবেদী নিৰ্ম্মাণ কৰা। পঁজা-পৰ্ব্ব পালন কৰা। ভিত্তিমূল স্থাপন কৰা। } সপ্তম মাহৰ পাছত, ইস্ৰায়েলৰ লোকসকল তেওঁলোকৰ নগৰলৈ উভতি আহিল। তেওঁলোকে যেতিয়া এজন মানুহৰ দৰে হৈ যিৰূচালেমত একগোট হৈছিল, তেতিয়া ইস্ৰায়েলৰ লোকসকল তেওঁলোকৰ নিজৰ নগৰলৈ উভতি আহিছিল।

1 2 3 4 5 6 7 8 9 10 11 12 13