ইজ্ৰা 1 : 1 (IRVAS)
{কোৰচ ৰজাৰ আজ্ঞা-পত্ৰ। ঘুৰি অহা লোকসকলৰ তালিকা। } পাৰস্যৰ ৰজা কোৰচৰ ৰাজত্বৰ প্ৰথম বছৰত, যিহোৱাই যিৰিমিয়াৰ দ্বাৰা কোৱা বাক্য সিদ্ধ কৰিবৰ বাবে ৰজা কোৰচৰ মন উদগালে। তেওঁ নিজৰ ৰাজ্যৰ সকলো ফালে ঘোষণা কৰিলে, আৰু জাননী লিখি এই আজ্ঞা প্ৰচাৰ কৰিলে যে,

1 2 3 4 5 6 7 8 9 10 11