যিহি 8 : 1 (IRVAS)
{যিহূদীসকলৰ নানাবিধ দেৱপূজাৰ দৰ্শন। } আমাৰ নিৰ্বাসনৰ ষষ্ঠ বছৰৰ ষষ্ঠ মাহৰ পঞ্চম দিনা, মোৰ ঘৰত মই বহি থাকোঁতে আৰু যিহূদাৰ পৰিচাৰকসকল মোৰ আগত বহি থাকোঁতে, সেই ঠাইত প্ৰভু যিহোৱাৰ হাত পুনৰায় মোৰ ওপৰত অৰ্পিত হ’ল।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18