যাত্ৰা 11 : 1 (IRVAS)
{জ্যোষ্ঠ পুত্র বিলাক মৃত্যু হোৱা। নিস্তাৰ-পৰ্ব্ব স্থাপন, আৰু মানিবলগীয়া বিধি। } যিহোৱাই মোচিক ক’লে, “মই ফৰৌণ আৰু মিচৰ দেশৰ ওপৰত আন এক মহামাৰি আনিম। তাৰ পাছত তেওঁ তোমালোকক ইয়াৰ পৰা যাবলৈ এৰি দিব। আৰু অৱশেষত তেওঁ যেতিয়া তোমালোকক যাবলৈ দিব, তেতিয়া তেওঁ তোমালোকৰ সকলোকে ইয়াৰ পৰা খেদি পঠিয়াব।

1 2 3 4 5 6 7 8 9 10