ইষ্ট 4 : 1 (IRVAS)
ৰাজাৰ আগত ইষ্টেৰৰ নিবেদন মৰ্দখয়ে এই সকলো ঘটনাৰ কথা জানিবলৈ পাই নিজৰ কাপোৰ ফালিলে, আৰু চট কাপোৰ পিন্ধি ছাঁই সানি নগৰৰ মাজলৈ গৈ বেদনাৰে চিঞৰি চিঞৰি কান্দিব ধৰিলে।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17