উপ 8 : 1 (IRVAS)
ৰজাৰ বাধ্য হোৱা জ্ঞানৱানৰ তুল্য কোন আছে? যি ঘটে, কোনে তাৰ অৰ্থ বুজাব পাৰে? প্রজ্ঞাই মানুহৰ মুখ উজ্জ্বল কৰে, আৰু তেওঁৰ মুখৰ কঠিনতা পৰিৱৰ্ত্তন কৰিব পাৰে।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17