উপ 11 : 1 (IRVAS)
শ্রমৰ মূল্য তুমি তোমাৰ আহাৰ পানীৰ ওপৰত পেলাই দিয়া[* আহাৰ বিতৰণ কৰা বা সলনি কৰা প্ৰসংগত কোৱা হৈছে। - পানীত যদি পেলাই দিয়া মানে হ’ল, জাহাজত বস্তু পঠাই দি বেলেগ দেশত ব্যৱসায় কৰা। ]; কিয়নো অনেক দিনৰ পাছত তাক পুনৰ ঘূৰাই পাবা।

1 2 3 4 5 6 7 8 9 10