কলচীয়া 4 : 18 (IRVAS)
মোৰ এই মঙ্গলবাদ, মই পৌলে, নিজ হাতেৰে লিখিলোঁ। আপোনালোকে মোৰ শিকলিৰ বন্ধন সুঁৱৰিব। আপোনালোকৰ লগত অনুগ্ৰহ থাকক।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18