আমো 6 : 1 (IRVAS)
ভোগ-বিলাসত আত্মসন্তুষ্টি লভা লোকৰ সন্তাপ ধিক তোমালোক! তোমালোক যিসকল চিয়োনত নিচিন্তভাৱে আছা আৰু চমৰিয়া পাহাৰত নিৰাপদে বাস কৰি আছা, যি সকলৰ ওচৰলৈ ইস্রায়েল বংশৰ সকলো লোক সহায়ৰ বাবে আহে, তোমালোক জাতিবোৰৰ প্রধানসকলৰ মাজত প্রসিদ্ধ লোক।

1 2 3 4 5 6 7 8 9 10 11 12 13 14