2 ৰাজা 7 : 1 (IRVAS)
ইলীচাই আহাৰৰ প্রতিজ্ঞা কৰা ইলীচাই ক’লে, “যিহোৱাই যি কৈছে, তাক শুনক। যিহোৱাই কৈছে, ‘অহাকালি, প্রায় এনে সময়ত চমৰিয়া নগৰৰ দুৱাৰ মুখত এক চেয়া* চেয়া-অর্থাৎ প্রায় 7 কিলো পৰিমাণৰ ময়দা আৰু দুই চেয়া পৰিমাণৰ যৱ কেৱল এক চেকলকৈ † 1 চেকল-অর্থাৎ প্রায় 11 গ্রাম ৰূপ বিক্রী হ’ব।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20