2 বংশা 17 : 1 (IRVAS)
যিহোচাফটৰ ৰাজত্ব৷ দেশৰ উন্নতিলৈ তেওঁৰ চেষ্টা৷ তাৰ পাছত তেওঁৰ পুত্ৰ যিহোচাফটে তেওঁৰ পদত ৰজা হৈ, ইস্ৰায়েলৰ বিৰুদ্ধে সবল হ’বলৈ নিজকে বলৱান কৰিলে।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19