2 বংশা 14 : 1 (IRVAS)
{আচাৰ ৰাজত্ব। তেওঁ কুচিয়াহঁতক জয় কৰা। ঈশ্বৰে সৈতে ইস্ৰায়েলে কৰা নিয়ম। } পাছত অবিয়া তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে দায়ূদৰ নগৰত তেওঁক মৈদাম দিলে৷ পাছত তেওঁৰ পুত্ৰ আচা তেওঁৰ পদত ৰজা হ’ল। এওঁৰ ৰাজত্বৰ কালত দহ বছৰলৈকে দেশ সুস্থিৰে আছিল৷

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15