1 চমূ 29 : 1 (IRVAS)
{দায়ূদে ফিলিষ্টীয়া সৈন্যসামন্তৰ ল’গ এৰা। তেওঁ অমালেকীয়া সকলৰ ওপৰত প্ৰতিকাৰ সাধা। } পাছত পলেষ্টীয়াসকলে নিজৰ সৈন্যসামন্তক অফেকত একগোট কৰিলে, তেতিয়া ইস্ৰায়েলৰ লোকসকলে যিজ্ৰিয়েলত থকা ভুমুকৰ ওচৰত ছাউনি পাতিলে।

1 2 3 4 5 6 7 8 9 10 11