1 চমূ 19 : 1 (IRVAS)
{দায়ূদৰ লগত চৌলৰ অলপদিনীয়া মিলন। দায়ুদ পলাই যোৱা। } চৌলে তেওঁৰ পুত্ৰ যোনাথন আৰু তেওঁৰ সকলো দাসৰ আগত দায়ূদক বধ কৰাৰ কথা ক’লে। কিন্তু চৌলৰ পুত্ৰ যোনাথনে দায়ূদক ভাল পাইছিল।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24