1 চমূ 11 : 1 (IRVAS)
{চৌলে অম্মোনীয়াসকলক জয় কৰা। তেওঁক ৰজা পতা। } অম্মোনীয়া নাহচে উঠি আহি যাবেচ-গিলিয়দৰ বিৰুদ্ধে ছাউনি পাতিলে। যাবেচৰ আটাই লোকে নাহচক ক’লে, “আপুনি আমাৰ সৈতে এটা চুক্তি কৰক; তেতিয়াহে আমি আপোনাৰ অধীনত থাকিম।”

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15