1 ৰাজা 5 : 1 (IRVAS)
{মন্দিৰ নিৰ্ম্মাণৰ আয়োজন। } যেতিয়া তূৰৰ ৰজা হীৰমে চলোমনক তেওঁৰ পিতৃৰ সলনি ৰজা অভিষেক কৰাৰ কথা শুনিলে, তেতিয়া তেওঁ চলোমনৰ ওচৰলৈ নিজৰ দাসবোৰক পঠিয়াই দিলে; কিয়নো চলোমনৰ পিতৃ দায়ূদৰ সৈতে তূৰৰ ৰজা হীৰমৰ সদায় বন্ধুত্ব আছিল।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18