1 কৰি 5 : 1 (IRVAS)
মণ্ডলীত নৈতিক সমস্যা আমি শুনিছোঁ যে, আপোনালোকৰ মাজত ব্যভিচাৰ আছে; যি ব্যভিচাৰী কার্য অনা-ইহুদী সকলৰ মাজতো নাই। এনে কি শুনিবলৈ পাইছোঁ আপোনালোকৰ মাজৰ এজনে নিজৰ পিতৃৰ ভার্য্যাকে ৰাখিছে।

1 2 3 4 5 6 7 8 9 10 11 12 13