1 কৰি 13 : 1 (IRVAS)
প্ৰেমৰ উৎকৃষ্টতা যদিও মই মানুহৰ বা স্বৰ্গ দূতৰ ভাষাৰে কথা কওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, মই কেৱল বাজি থকা কাঁহ, বা বাদ্য কৰি থকা তালস্বৰূপ হৈছোঁ।

1 2 3 4 5 6 7 8 9 10 11 12 13