1 Chronicles 8 : 1 (IRVAS)
বিন্যামীনৰ পাঁচ জন পুত্র, তেওঁৰ প্ৰথম পুত্র বেলা, তাৰ পাছত অচবেল, অহৰহ,
1 Chronicles 8 : 2 (IRVAS)
1 Chronicles 8 : 3 (IRVAS)
বেলাৰ পুত্র অদ্দৰ, গেৰা, অবীহূদ,
1 Chronicles 8 : 4 (IRVAS)
1 Chronicles 8 : 5 (IRVAS)
1 Chronicles 8 : 6 (IRVAS)
এওঁলোক এহূদৰ বংশৰ লোক, এওঁলোক গেবাৰ গোষ্ঠীৰ মূৰব্বী আছিল, মানহতলৈ যাবলৈ বাধ্য কৰা লোক এওঁলোক:
1 Chronicles 8 : 7 (IRVAS)
নামন, অহিয়া, আৰু গেৰা। তেওঁলোকৰ যাত্ৰাত গেৰাই নেতৃত্ব দিছিল। গেৰাৰ পুত্র উজ্জা আৰু অহীহূদ।
1 Chronicles 8 : 8 (IRVAS)
চহৰয়িমে তেওঁৰ ভাৰ্যা হূচীম আৰু বাৰাক ত্যাগ কৰাৰ পাছত, চহৰয়িম মোৱাব দেশত তেওঁৰ সন্তান সকলৰ পিতৃ হ’ল।
1 Chronicles 8 : 9 (IRVAS)
তেওঁৰ ভাৰ্যা হোদচৰ পৰা জন্ম হোৱা পুত্র যোবব, চিবিয়া মেচা, আৰু মল্কমৰ তেওঁ পিতৃ হ’ল।
1 Chronicles 8 : 10 (IRVAS)
যিয়ূচ, চবিয়া, আৰু মিৰ্মা। এওঁলোক তেওঁৰ পুত্র আছিল আৰু তেওঁলোকৰ গোষ্ঠীৰ নেতা আছিল।
1 Chronicles 8 : 11 (IRVAS)
ইতিমধ্যে তেওঁ হূচীমে জন্ম দিয়া পুত্র অবীটুব আৰু ইল্পালৰ পিতৃ হ’ল।
1 Chronicles 8 : 12 (IRVAS)
ইল্পালৰ পুত্র এৰব, মিচয়ম, আৰু চেমদ, তেৱেঁই ওনো আৰু চাৰিওফালৰ গাৱেঁ সৈতে লোদৰ নিৰ্ম্মাণ কৰিছিল,
1 Chronicles 8 : 13 (IRVAS)
তাত বৰীয়া আৰু চেমাও আছিল। তেওঁলোক অয়ালোন নিবাসী গোষ্ঠীৰ প্রধান লোক, যি জনে গাত নিবাসীসকলক বাহিৰ কৰি দিছিল।
1 Chronicles 8 : 14 (IRVAS)
এওঁলোক বৰীয়াৰ পুত্র: অহিয়ো, চাচক, যিৰেমোৎ,
1 Chronicles 8 : 15 (IRVAS)
1 Chronicles 8 : 16 (IRVAS)
মীখায়েল, যিস্পা, আৰু যোহা,
1 Chronicles 8 : 17 (IRVAS)
17 (17-18) এওঁলোক ইল্পালৰ পুত্র: জবদিয়া, মচুল্লম, হিস্কী, হেবৰ, যিচমৰয়, যিজলিয়া, আৰু যোবব,
1 Chronicles 8 : 18 (IRVAS)
1 Chronicles 8 : 19 (IRVAS)
(19-21)এওঁলোক চিমিয়ীৰ পুত্র: যাকীম, জিখ্ৰী, জব্দী, ইলীঐনয়, চিল্লথয়, ইলীয়েল, অদায়া, বৰায়া, আৰু চিম্ৰৎ।
1 Chronicles 8 : 20 (IRVAS)
1 Chronicles 8 : 21 (IRVAS)
1 Chronicles 8 : 22 (IRVAS)
22 (22-25) এওঁলোক চাচকৰ পুত্র: যিস্পন, এৰব, ইলীয়েল, অব্দোল, জিখ্ৰী, হানন, হননিয়া, এলম, অন্তোথিয়া, যিফদিয়া আৰু পনূৱেল,
1 Chronicles 8 : 23 (IRVAS)
1 Chronicles 8 : 24 (IRVAS)
1 Chronicles 8 : 25 (IRVAS)
1 Chronicles 8 : 26 (IRVAS)
26 (26-27) এওঁলোক যিৰোহমৰ পুত্র: চমচৰয়, চহৰিয়া, অথলিয়া, যৰেচিয়া, এলিয়া, আৰু জিখ্ৰী,
1 Chronicles 8 : 27 (IRVAS)
1 Chronicles 8 : 28 (IRVAS)
28 এওঁলোক যিৰূচালেমত বাস কৰা লোকসকলৰ বংশৰ প্রধান লোক আৰু নেতা আছিল।
1 Chronicles 8 : 29 (IRVAS)
গিবিয়োনৰ পিতৃ যিয়ীয়েল গিবিয়োনত বাস কৰিছিল; তেওঁৰ ভাৰ্য্যাৰ নাম মাখা আছিল।
1 Chronicles 8 : 30 (IRVAS)
তেওঁৰ প্ৰথমে জন্মা পুত্র আব্দোন, তাৰ পাছত চূৰ, কীচ, বাল, নাদব,
1 Chronicles 8 : 31 (IRVAS)
1 Chronicles 8 : 32 (IRVAS)
আন এজন যিজীয়েলৰ পুত্র মিক্লোত, মিক্লোতৰ পুত্র চিমিয়া। তেওঁলোকে নিজৰ সম্বন্ধীয় সকলৰ ওচৰতে যিৰূচালেমত বাস কৰিছিল।
1 Chronicles 8 : 33 (IRVAS)
নেৰৰ পুত্র কীচ আছিল। কিচৰ পুত্র চৌল আছিল। চৌলৰ পুত্র যোনাথন, মল্কীচুৱা, অবীনাদব, আৰু ইচবাল।
1 Chronicles 8 : 34 (IRVAS)
যোনাথনৰ পুত্র মৰীব-বাল। মৰীব-বালৰ পুত্র মীখা আছিল।
1 Chronicles 8 : 35 (IRVAS)
মীখাৰ পুত্র পীথোন, মেলক, তৰেয়া, আৰু আহজ।
1 Chronicles 8 : 36 (IRVAS)
আহজৰ পুত্র যিহোৱদ্দা। যিহোৱদ্দাৰ পুত্র আলোমোৎ, অজমাবৎ, আৰু যিম্ৰী। যিম্ৰীৰ পুত্র মোচা।
1 Chronicles 8 : 37 (IRVAS)
মোচাৰ পুত্র বিনিয়া। বিনিয়াৰ পুত্র ৰাফা। ৰাফাৰ পুত্র ইলিয়াচা। ইলিয়াচাৰ পুত্র আচেল।
1 Chronicles 8 : 38 (IRVAS)
আচেলৰ ছয় জন পুত্র আছিল: অজ্ৰীকাম, বোখৰু, ইশ্মায়েল, চিয়ৰিয়া, ওবদিয়া, আৰু হানন। এওঁলোক সকলো আচেলৰ সন্তান।
1 Chronicles 8 : 39 (IRVAS)
আচেলৰ ভায়েক এচেকৰ প্রথম পুত্র উলম, দ্বিতীয় যিয়ুচ, আৰু তৃতীয় ইলীফেলট।
1 Chronicles 8 : 40 (IRVAS)
উলমৰ পুত্রসকল যুদ্ধাৰু আৰু ধনুৰ্দ্ধৰ আছিল। তেওঁলোকৰ বহুতো পুত্র আৰু নাতি ল’ৰা আছিল, সৰ্বমুঠ এশ পঞ্চাশ জন। এই সকলো লোকেই বিন্যামীনৰ বংশৰ আছিল।
❮
❯