1 Chronicles 1 : 1 (IRVAS)
{যাকোবৰ দিনলৈকে আদমৰ বংশাৱলি। } আদম, চেথ, ইনোচ,
1 Chronicles 1 : 2 (IRVAS)
কৈনন, মহললেল, যেৰদ,
1 Chronicles 1 : 3 (IRVAS)
হনোক, মথুচেলহ, লেমক,
1 Chronicles 1 : 4 (IRVAS)
নোহ, চেম, হাম, আৰু যেফৎ।
1 Chronicles 1 : 5 (IRVAS)
যেফতৰ পুত্ৰ গোমৰ, মাগোগ, মাদয়, যাবন, তুবল, মেচেক, আৰু তীৰচ।
1 Chronicles 1 : 6 (IRVAS)
গোমৰ পুত্ৰ অস্কিনজ, দীফত, আৰু তোগৰ্মা।
1 Chronicles 1 : 7 (IRVAS)
যাবনৰ পুত্ৰ ইলীচা, তৰ্চীচ, কিত্তীম, আৰু দদানীম।
1 Chronicles 1 : 8 (IRVAS)
হামৰ পুত্ৰ কুচ, মিচৰ, পূট, আৰু কনান।
1 Chronicles 1 : 9 (IRVAS)
কুচৰ পুত্ৰ চবা, হবীলা, চব্তা, ৰয়মা, আৰু চব্তকা। ৰয়মাৰ পুত্ৰ চিবা আৰু দদান।
1 Chronicles 1 : 10 (IRVAS)
কুচৰ পুত্ৰ নিম্রোদ; যি জন পৃথিৱীৰ প্রথম জয়কাৰী লোক আছিল।
1 Chronicles 1 : 11 (IRVAS)
লুদীয়া, অনামীয়া, লহাবীয়া, আৰু নপ্তুহীয়াৰ পূৰ্বপুৰুষ আছিল মিচৰীয়া,
1 Chronicles 1 : 12 (IRVAS)
পথ্ৰোচীয়াসকল আৰু কচলুহীয়াসকল (এওঁলোকৰ পৰা পলেষ্টীয়াসকল আহিল), আৰু কপ্তোৰীয়াসকল।
1 Chronicles 1 : 13 (IRVAS)
কনানৰ জেষ্ঠ পুত্ৰ চীদোন, চীদোনৰ পাছত হেৎ;
1 Chronicles 1 : 14 (IRVAS)
তেওঁ যিবুচীয়া, ইমোৰীয়া, গিৰ্গাচীয়া,
1 Chronicles 1 : 15 (IRVAS)
হিব্বীয়া, অৰ্কীয়া, চীনীয়া,
1 Chronicles 1 : 16 (IRVAS)
অৰ্বদীয়া, চমৰীয়া, আৰু হমাতীয়াসকলৰ পূৰ্বপুৰুষ আছিল।
1 Chronicles 1 : 17 (IRVAS)
চেমৰ পুত্ৰসকল এলম, অচুৰ অৰ্ফকচদ, লুদ, অৰাম, উচ, হুল, গেথৰ, আৰু মেচেক।
1 Chronicles 1 : 18 (IRVAS)
অৰ্ফকচদৰ পুত্ৰ চেলহ; আৰু চেলহৰ পুত্ৰ এবৰ।
1 Chronicles 1 : 19 (IRVAS)
এবৰৰ দুজন পুত্ৰ আছিল, এজনৰ নাম পেলগ* পেলগ বিভাগ , কিয়নো তেওঁৰ সময়তেই পৃথিৱী বিভক্ত হৈছিল, আৰু তেওঁৰ ভায়েকৰ নাম যক্তন আছিল।
1 Chronicles 1 : 20 (IRVAS)
অলমোদদ, চেলফ, হচমাবৎ, যেৰহ,
1 Chronicles 1 : 21 (IRVAS)
হদোৰাম, উজল, দিক্লা,
1 Chronicles 1 : 22 (IRVAS)
এবল, অবীমায়েল, চিবা,
1 Chronicles 1 : 23 (IRVAS)
ওফীৰ, হবীলা, আৰু যোবব; এওঁলোক যক্তনৰ পুত্ৰ আছিল।
1 Chronicles 1 : 24 (IRVAS)
চেম, অৰ্ফকচদ, চেলহ,
1 Chronicles 1 : 25 (IRVAS)
এবৰ, পেলগ, ৰিয়ু
1 Chronicles 1 : 26 (IRVAS)
চৰূগ, নাহোৰ, তেৰহ,
1 Chronicles 1 : 27 (IRVAS)
অব্ৰাম, এই জনেই অব্ৰাহাম আছিল।
1 Chronicles 1 : 28 (IRVAS)
ইচহাক আৰু ইশ্মায়েল অব্ৰাহামৰ পুত্র আছিল।
1 Chronicles 1 : 29 (IRVAS)
তেওঁলোকৰ বংশৱলি এই, ইশ্মায়েলৰ জ্যেষ্ঠ পুত্ৰ নবায়োতৰ পাছত কেদৰ, অদবেল, মিবচম,
1 Chronicles 1 : 30 (IRVAS)
মিস্মা, দুমা, মচ্ছা, হদদ, তেমা,
1 Chronicles 1 : 31 (IRVAS)
যটূৰ, নাফীচ, কেদ্মা; এই সকল ইশ্মায়েলৰ সন্তান।
1 Chronicles 1 : 32 (IRVAS)
অব্ৰাহামৰ উপপত্নী কটুৰাৰ সন্তান সকল হ’ল জিম্ৰণ, যকচন, মদান, মিদিয়ন, যিচবক, আৰু চুহ। যক্সনৰ সন্তান চিবা আৰু দদান।
1 Chronicles 1 : 33 (IRVAS)
মিদিয়নৰ সন্তান ঐফা, এৰফ, হনোক, অবীদা, আৰু ইলদায়া; এই সকল কটুৰাৰ বংশধৰ।
1 Chronicles 1 : 34 (IRVAS)
1 Chronicles 1 : 35 (IRVAS)
অব্ৰাহামৰ পুত্ৰ ইচহাক। ইচহাকৰ পুত্ৰ এচৌ আৰু ইস্ৰায়েল। ইলীফজ, ৰূৱেল, যিয়ুচ, যালম, আৰু কোৰহ এচৌৰ সন্তান আছিল।
1 Chronicles 1 : 36 (IRVAS)
তৈমন, ওমাৰ, চফী, গয়িতম, কনজ, তিম্না, আৰু অমালেক ইলীফজৰ সন্তান আছিল।
1 Chronicles 1 : 37 (IRVAS)
ৰূৱেলৰ সন্তান নহৎ, জেৰহ, চম্মা, আৰু মিজ্জা।
1 Chronicles 1 : 38 (IRVAS)
চেয়ীৰৰ সন্তান লোটন, চোবল, চিবিয়োন, অনা, দিচোন, এচৰ আৰু দীচন।
1 Chronicles 1 : 39 (IRVAS)
লোটনৰ সন্তান হোৰী হোমম; আৰু লোটনৰ ভনীয়েক আছিল তিম্না।
1 Chronicles 1 : 40 (IRVAS)
চোবলৰ সন্তান অলিয়ন, মানহৎ, এবল, চফি, আৰু ওনম। আৰু চিবিয়োনৰ সন্তান অয়া আৰু অনা।
1 Chronicles 1 : 41 (IRVAS)
অনাৰ পুত্ৰ দীচন। দীচনৰ পুত্ৰ হিম্ৰন, ইচবন, যিত্ৰন, আৰু কৰান।
1 Chronicles 1 : 42 (IRVAS)
এচৰৰ সন্তান বিলহন, জাবন, আৰু যাকন। দীচনৰ পুত্ৰ উচ, আৰু অৰান।
1 Chronicles 1 : 43 (IRVAS)
ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত কোনো ৰজাই ৰাজত্ব কৰাৰ আগতে, ইদোম দেশত ৰাজত্ব কৰা ৰজা এইসকল; বিয়োৰ পুত্ৰ বিলা; তেওঁৰ নগৰৰ নাম দিনহাবা আছিল।
1 Chronicles 1 : 44 (IRVAS)
বিলাৰ মৃত্যু হোৱাৰ পাছত, তেওঁৰ ঠাইত যোববে ৰাজত্ব কৰিছিল। তেওঁ বজ্ৰাৰ জেৰহৰ পুত্ৰ আছিল।
1 Chronicles 1 : 45 (IRVAS)
যোববৰ যেতিয়া মৃত্যু হ’ল, তেতিয়া তৈমন দেশীয় হূচমে তেওঁৰ ঠাইত ৰাজত্ব কৰিছিল।
1 Chronicles 1 : 46 (IRVAS)
আৰু হূচমৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ ঠাইত মোৱাব দেশত মিদিয়নক পৰাজিত কৰা বদদৰ পুত্ৰ হদদে ৰাজত্ব কৰিছিল, তেওঁৰ নগৰৰ নাম আছিল অবীৎ।
1 Chronicles 1 : 47 (IRVAS)
আৰু হদদৰ মৃত্যু হোৱা পাছত তেওঁৰ ঠাইত মস্ৰেকাৰ চম্নাই ৰাজত্ব কৰিছিল।
1 Chronicles 1 : 48 (IRVAS)
চম্নাৰ যেতিয়া মৃত্যু হ’ল, তেতিয়া তেওঁৰ সলনি ফৰাৎ নদীৰ ওচৰৰ ৰহোবোতীয়া চৌলে ৰাজত্ব কৰিছিল।
1 Chronicles 1 : 49 (IRVAS)
চৌলৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ ঠাইত অকবোৰৰ পুত্ৰ বাল-হাননে ৰাজত্ব কৰিছিল।
1 Chronicles 1 : 50 (IRVAS)
যেতিয়া অকবোৰৰ পুত্ৰ বাল-হাননৰ মৃত্যু হ’ল তেতিয়া তেওঁৰ ঠাইত হদদে ৰাজত্ব কৰিছিল; তেওঁৰ নগৰৰ নাম আছিল পায়ী। তেওঁৰ ভাৰ্য্যাৰ নাম মহেটবেল তেওঁ মে-জাহবৰ নাতিনিয়েক মট্ৰেদৰ জীয়েক আছিল।
1 Chronicles 1 : 51 (IRVAS)
হদদ মৃত্যু হ’ল। ইদোমৰ ফৈদৰ মুৰব্বী সকলৰ নাম; তিম্না, অলিয়া, যিথেৎ,
1 Chronicles 1 : 52 (IRVAS)
অহলীবামা, এলা, পীনোন,
1 Chronicles 1 : 53 (IRVAS)
কনজ, তৈমন, মিবচৰ,
1 Chronicles 1 : 54 (IRVAS)
মগ্দীয়েল, আৰু ঈৰম। এওঁলোক ইদোমৰ ফৈদৰ মুৰব্বী আছিল।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54