অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. [QS]ইস্রায়েল জাতি যেতিয়া মিচৰৰ পৰা ওলাই আহিল, [QE][QS]যাকোবৰ বংশই যেতিয়া বিদেশী ভাষা কোৱা লোকৰ মাজৰ পৰা ওলাই আহিল, [QE]
2. [QS]তেতিয়া যিহূদা হ’ল ঈশ্বৰৰ পবিত্র স্থান, [QE][QS]ইস্ৰায়েল হ’ল তেওঁৰ ৰাজ্য। [QE]
3. [QS]সমুদ্ৰই[* সমুদ্ৰই চূফ সাগৰ ] তাকে দেখি পলায়ন কৰিলে; [QE][QS]যৰ্দ্দন নদী উজাই গ’ল। [QE]
4. [QS]পর্বতবোৰে মতা মেৰ-ছাগৰ নিচিনাকৈ, [QE][QS]পাহাৰবোৰে মেৰ-ছাগ পোৱালীৰ নিচিনাকৈ জঁপিয়াবলৈ ধৰিলে। [QE]
5. [QS]হে সমুদ্ৰ, তোমাৰ কি হ’ল? [QE][QS]কিয় তুমি পলাই গ’লা? [QE][QS]হে যৰ্দ্দন, কিয় তুমি উজাই গ’লা? [QE]
6. [QS]হে পৰ্বতসমূহ, কিয় তোমালোকে মতা মেৰ-ছাগৰ দৰে জঁপিয়াবলৈ ধৰিলা? [QE][QS]হে পাহাৰসমূহ, কিয় তোমালোকে মেৰ-ছাগ পোৱালীৰ দৰে জঁপিয়াবলৈ ধৰিলা? [QE]
7. [QS]হে পৃথিৱী! তুমি যিহোৱাৰ সন্মুখত কম্পমান হোৱা, [QE][QS]যাকোবৰ ঈশ্বৰৰ সন্মুখত কম্পমান হোৱা। [QE]
8. [QS]তেওঁ শিলক জলাশয়লৈ পৰিণত কৰিলে, [QE][QS]চক্‌মকীয়া কঠিন শিলক জলৰ এক ভুমুক কৰিলে। [QE]
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 114 / 150
1 ইস্রায়েল জাতি যেতিয়া মিচৰৰ পৰা ওলাই আহিল, যাকোবৰ বংশই যেতিয়া বিদেশী ভাষা কোৱা লোকৰ মাজৰ পৰা ওলাই আহিল, 2 তেতিয়া যিহূদা হ’ল ঈশ্বৰৰ পবিত্র স্থান, ইস্ৰায়েল হ’ল তেওঁৰ ৰাজ্য। 3 সমুদ্ৰই* সমুদ্ৰই চূফ সাগৰ তাকে দেখি পলায়ন কৰিলে; যৰ্দ্দন নদী উজাই গ’ল। 4 পর্বতবোৰে মতা মেৰ-ছাগৰ নিচিনাকৈ, পাহাৰবোৰে মেৰ-ছাগ পোৱালীৰ নিচিনাকৈ জঁপিয়াবলৈ ধৰিলে। 5 হে সমুদ্ৰ, তোমাৰ কি হ’ল? কিয় তুমি পলাই গ’লা? হে যৰ্দ্দন, কিয় তুমি উজাই গ’লা? 6 হে পৰ্বতসমূহ, কিয় তোমালোকে মতা মেৰ-ছাগৰ দৰে জঁপিয়াবলৈ ধৰিলা? হে পাহাৰসমূহ, কিয় তোমালোকে মেৰ-ছাগ পোৱালীৰ দৰে জঁপিয়াবলৈ ধৰিলা? 7 হে পৃথিৱী! তুমি যিহোৱাৰ সন্মুখত কম্পমান হোৱা, যাকোবৰ ঈশ্বৰৰ সন্মুখত কম্পমান হোৱা। 8 তেওঁ শিলক জলাশয়লৈ পৰিণত কৰিলে, চক্‌মকীয়া কঠিন শিলক জলৰ এক ভুমুক কৰিলে।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 114 / 150
×

Alert

×

Assamese Letters Keypad References