অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া, আচফৰ ৰচিত গীত,সঙ্গীত। } [QS]যিহূদাৰ সকলোৱেই ঈশ্বৰক জানে; [QE][QS]ইস্ৰায়েলৰ মাজত তেওঁৰ নাম মহান। [QE]
2. [QS]চালেম[* যিৰুচালেম ]ত তেওঁৰ তম্বু আছে; [QE][QS]চিয়োনত তেওঁৰ বসতি স্থান আছে। [QE]
3. [QS]তাত তেওঁ ধনুৰ কাঁড় ভাঙিলে; [QE][QS]ঢাল তৰোৱাল আদি যুদ্ধৰ সঁজুলি ভাঙিলে। [চেলা] [QE]
4. [QS]তোমাৰ প্রতিফলিত উজ্জ্বল আৰু বিকশিত গৌৰৱ; [QE][QS]যি দৰে এই পৰ্ব্বতবোৰৰ পৰা নামি অহাৰ উদ্দেশ্যে, য’ত তুমি তোমাৰ চিকাৰ আহত কৰিছিলা। [QE]
5. [QS]এই দুঃসাহসী লোকসকলক অপহৰণ কৰা হ’ল; [QE][QS]তেওঁলোক ভীষণ নিদ্ৰামগ্ন হ’ল। [QE][QS]পৰাক্ৰমীসকল অসহায় হ’ল। [QE]
6. [QS]হে যাকোবৰ ঈশ্বৰ; যুদ্ধ ক্ষেত্রৰ কান্দোনত, [QE][QS]ৰথ চালক আৰু ঘোঁৰা উভয়ে টোপনি গ’ল। [QE]
7. [QS]তুমি, হয় তুমিয়েই আতঙ্কজনক; [QE][QS]তোমাৰ ক্ৰোধ উঠিলে কোনে তোমাৰ আগত থিয় হ’ব পাৰে? [QE]
8. [QS]তোমাৰ ন্যায় বিচাৰ স্বৰ্গৰ পৰা হয়; [QE][QS]পৃথিৱী আতঙ্কিত হৈ নীৰৱে আছিল। [QE]
9. [QS]হে ঈশ্বৰ, তুমি উঠা, বিচাৰ নিস্পতি কৰা; [QE][QS]পৃথিৱীৰ নির্যাতিত সকলক ৰক্ষা কৰিবলৈ উঠা। [চেলা] [QE]
10. [QS]অৱশ্যে তোমাৰ ক্ৰোধ বিচাৰেই সেই লোকসকলৰ প্ৰশংসাৰ কাৰণ হ’ব; [QE][QS]তুমি সম্পূৰ্ণকৈ উপহাস কৰি ক্রোধ সোঁৱৰণ কৰিবা[† অৱশিষ্ট লোকৰ যুদ্ধক সোঁৱৰণ কৰিব। ]। [QE]
11. [QS]তোমালোকে নিজৰ ঈশ্বৰ যিহোৱালৈ সঙ্কল্প কৰা, আৰু তাক সিদ্ধও কৰা; [QE][QS]তেওঁৰ চাৰিওফালে থকা সকলোৱে সেই আতঙ্কিত জনাৰ উদ্দেশ্যে উপহাৰ আনিব। [QE]
12. [QS]তেওঁ ৰাজকোঁৱৰ সকলৰ সাহস খর্ব কৰিব; [QE][QS]তেওঁলোকে পৃথিবীৰ ৰজালৈ আতঙ্কিত হ’ব। [QE]

ৰেকৰ্ডসমূহ

মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 76 / 150
1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া, আচফৰ ৰচিত গীত,সঙ্গীত। } যিহূদাৰ সকলোৱেই ঈশ্বৰক জানে; ইস্ৰায়েলৰ মাজত তেওঁৰ নাম মহান। 2 চালেম* যিৰুচালেম ত তেওঁৰ তম্বু আছে; চিয়োনত তেওঁৰ বসতি স্থান আছে। 3 তাত তেওঁ ধনুৰ কাঁড় ভাঙিলে; ঢাল তৰোৱাল আদি যুদ্ধৰ সঁজুলি ভাঙিলে। *চেলা 4 তোমাৰ প্রতিফলিত উজ্জ্বল আৰু বিকশিত গৌৰৱ; যি দৰে এই পৰ্ব্বতবোৰৰ পৰা নামি অহাৰ উদ্দেশ্যে, য’ত তুমি তোমাৰ চিকাৰ আহত কৰিছিলা। 5 এই দুঃসাহসী লোকসকলক অপহৰণ কৰা হ’ল; তেওঁলোক ভীষণ নিদ্ৰামগ্ন হ’ল। পৰাক্ৰমীসকল অসহায় হ’ল। 6 হে যাকোবৰ ঈশ্বৰ; যুদ্ধ ক্ষেত্রৰ কান্দোনত, ৰথ চালক আৰু ঘোঁৰা উভয়ে টোপনি গ’ল। 7 তুমি, হয় তুমিয়েই আতঙ্কজনক; তোমাৰ ক্ৰোধ উঠিলে কোনে তোমাৰ আগত থিয় হ’ব পাৰে? 8 তোমাৰ ন্যায় বিচাৰ স্বৰ্গৰ পৰা হয়; পৃথিৱী আতঙ্কিত হৈ নীৰৱে আছিল। 9 হে ঈশ্বৰ, তুমি উঠা, বিচাৰ নিস্পতি কৰা; পৃথিৱীৰ নির্যাতিত সকলক ৰক্ষা কৰিবলৈ উঠা। *চেলা 10 অৱশ্যে তোমাৰ ক্ৰোধ বিচাৰেই সেই লোকসকলৰ প্ৰশংসাৰ কাৰণ হ’ব; তুমি সম্পূৰ্ণকৈ উপহাস কৰি ক্রোধ সোঁৱৰণ কৰিবা[† অৱশিষ্ট লোকৰ যুদ্ধক সোঁৱৰণ কৰিব। ]। 11 তোমালোকে নিজৰ ঈশ্বৰ যিহোৱালৈ সঙ্কল্প কৰা, আৰু তাক সিদ্ধও কৰা; তেওঁৰ চাৰিওফালে থকা সকলোৱে সেই আতঙ্কিত জনাৰ উদ্দেশ্যে উপহাৰ আনিব। 12 তেওঁ ৰাজকোঁৱৰ সকলৰ সাহস খর্ব কৰিব; তেওঁলোকে পৃথিবীৰ ৰজালৈ আতঙ্কিত হ’ব।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 76 / 150
×

Alert

×

Assamese Letters Keypad References