অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {যাত্ৰাৰ সঙ্গীত। } [QS]মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ, [QE][QS]ক’ৰ পৰা মোৰ সহায় আহিব? [QE]
2. [QS]যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব। [QE]
3. [QS]তেওঁ তোমাৰ ভৰি লৰচৰ হ’বলৈ নিদিব; [QE][QS]তোমাৰ ৰখীয়াজনা টোপনি নাযাব। [QE]
4. [QS]চোৱা, যি জনাই ইস্ৰায়েলক ৰক্ষা কৰে, [QE][QS]তেওঁ টোপনি নাযাব, নিদ্ৰিত নহ’ব। [QE]
5. [QS]যিহোৱা তোমাৰ ৰক্ষক; [QE][QS]যিহোৱা তোমাৰ সোঁ হাতে থকা তোমাৰ ছাঁস্বৰূপ। [QE]
6. [QS]দিনত সূৰ্যই তোমাক প্ৰহাৰ নকৰিব, আৰু ৰাতি চন্দ্ৰয়ো তোমাক নামাৰিব। [QE]
7. [QS]যিহোৱাই তোমাক সকলো অমঙ্গলৰ পৰা ৰক্ষা কৰিব; [QE][QS]তেওঁ তোমাৰ প্ৰাণ ৰক্ষা কৰিব। [QE]
8. [QS]যিহোৱাই এতিয়াৰ পৰা অনন্ত কাললৈকে তুমি ওলাওঁতে সোমাওঁতে তোমাক ৰক্ষা কৰিব। [QE]
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 121 / 150
1 {যাত্ৰাৰ সঙ্গীত। } মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ, ক’ৰ পৰা মোৰ সহায় আহিব? 2 যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব। 3 তেওঁ তোমাৰ ভৰি লৰচৰ হ’বলৈ নিদিব; তোমাৰ ৰখীয়াজনা টোপনি নাযাব। 4 চোৱা, যি জনাই ইস্ৰায়েলক ৰক্ষা কৰে, তেওঁ টোপনি নাযাব, নিদ্ৰিত নহ’ব। 5 যিহোৱা তোমাৰ ৰক্ষক; যিহোৱা তোমাৰ সোঁ হাতে থকা তোমাৰ ছাঁস্বৰূপ। 6 দিনত সূৰ্যই তোমাক প্ৰহাৰ নকৰিব, আৰু ৰাতি চন্দ্ৰয়ো তোমাক নামাৰিব। 7 যিহোৱাই তোমাক সকলো অমঙ্গলৰ পৰা ৰক্ষা কৰিব; তেওঁ তোমাৰ প্ৰাণ ৰক্ষা কৰিব। 8 যিহোৱাই এতিয়াৰ পৰা অনন্ত কাললৈকে তুমি ওলাওঁতে সোমাওঁতে তোমাক ৰক্ষা কৰিব।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 121 / 150
×

Alert

×

Assamese Letters Keypad References