অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. [QS]তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! [QE][QS]ধন্য সেইজন, যিজনে যিহোৱালৈ ভয় ৰাখে আৰু তেওঁৰ আজ্ঞাবোৰত অতি আনন্দিত হয়। [QE]
2. [QS]তেওঁলোকৰ বংশধৰসকল পৃথিৱীত শক্তিশালী হ’ব; [QE][QS]ঈশ্বৰভক্তসকলৰ বংশ আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব। [QE]
3. [QS]তেওঁলোকৰ ঘৰত ধন-সম্পদ থাকে; [QE][QS]তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে। [QE]
4. [QS]ঈশ্বৰভক্তসকলৰ কাৰণে অন্ধকাৰতো দীপ্তি উদয় হয়; [QE][QS]তেওঁলোক[* যিহোৱা ] কৃপাময়, স্নেহশীল আৰু ধাৰ্মিক। [QE]
5. [QS]যিসকলে কৃপা কৰে আৰু ঋণ দিয়ে, তেওঁলোকৰ মঙ্গল হয়; [QE][QS]তেওঁলোকে সকলো কার্যৰ বিচাৰ ন্যায়ভাৱে সম্পন্ন কৰে। [QE]
6. [QS]কাৰণ ধার্মিক লোক কেতিয়াও লৰচৰ নহ’ব; [QE][QS]ধাৰ্মিক লোকক মানুহে চিৰকাল সোঁৱৰণ কৰিব। [QE]
7. [QS]দুঃসংবাদ শুনিলেও তেওঁলোকে ভয় নকৰিব; [QE][QS]তেওঁলোকৰ হৃদয় দৃঢ় হৈ থাকে; [QE][QS]তেওঁলোকে যিহোৱাত ভাৰসা ৰাখে। [QE]
8. [QS]তেওঁলোকৰ হৃদয় সুস্থিৰ; তেওঁলোকে ভয় নকৰে; [QE][QS]শেষত তেওঁলোকে নিজৰ শত্ৰুবোৰৰ ওপৰত বিজয় দেখিব। [QE]
9. [QS]তেওঁলোকে মুক্তহস্তে দৰিদ্রসকলক দান কৰিলে; [QE][QS]তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে; [QE][QS]তেওঁলোকৰ শিং[† তেওঁ মহান আৰু শক্তিশালী ] মৰ্য্যদাৰে উন্নত হয়। [QE]
10. [QS]দুষ্টলোকে তাকে দেখি ক্রোধিত হ’ব; তেওঁলোকে দাঁত কৰচিব আৰু গলি যাব; [QE][QS]দুষ্টবোৰৰ মনৰ কামনা নিস্ফল হ’ব। [QE]

ৰেকৰ্ডসমূহ

মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 112 / 150
1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! ধন্য সেইজন, যিজনে যিহোৱালৈ ভয় ৰাখে আৰু তেওঁৰ আজ্ঞাবোৰত অতি আনন্দিত হয়। 2 তেওঁলোকৰ বংশধৰসকল পৃথিৱীত শক্তিশালী হ’ব; ঈশ্বৰভক্তসকলৰ বংশ আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব। 3 তেওঁলোকৰ ঘৰত ধন-সম্পদ থাকে; তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে। 4 ঈশ্বৰভক্তসকলৰ কাৰণে অন্ধকাৰতো দীপ্তি উদয় হয়; তেওঁলোক* যিহোৱা কৃপাময়, স্নেহশীল আৰু ধাৰ্মিক। 5 যিসকলে কৃপা কৰে আৰু ঋণ দিয়ে, তেওঁলোকৰ মঙ্গল হয়; তেওঁলোকে সকলো কার্যৰ বিচাৰ ন্যায়ভাৱে সম্পন্ন কৰে। 6 কাৰণ ধার্মিক লোক কেতিয়াও লৰচৰ নহ’ব; ধাৰ্মিক লোকক মানুহে চিৰকাল সোঁৱৰণ কৰিব। 7 দুঃসংবাদ শুনিলেও তেওঁলোকে ভয় নকৰিব; তেওঁলোকৰ হৃদয় দৃঢ় হৈ থাকে; তেওঁলোকে যিহোৱাত ভাৰসা ৰাখে। 8 তেওঁলোকৰ হৃদয় সুস্থিৰ; তেওঁলোকে ভয় নকৰে; শেষত তেওঁলোকে নিজৰ শত্ৰুবোৰৰ ওপৰত বিজয় দেখিব। 9 তেওঁলোকে মুক্তহস্তে দৰিদ্রসকলক দান কৰিলে; তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে; তেওঁলোকৰ শিং তেওঁ মহান আৰু শক্তিশালী মৰ্য্যদাৰে উন্নত হয়। 10 দুষ্টলোকে তাকে দেখি ক্রোধিত হ’ব; তেওঁলোকে দাঁত কৰচিব আৰু গলি যাব; দুষ্টবোৰৰ মনৰ কামনা নিস্ফল হ’ব।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 112 / 150
×

Alert

×

Assamese Letters Keypad References