অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. [QS]ধন্য সেই লোক, যি দুষ্টসকলৰ পৰামৰ্শ মতে নচলে, [QE][QS]পাপীবিলাকৰ পথত থিয় নহয়, [QE][QS]নিন্দকবোৰৰ সমাবেশত নবহে; [QE]
2. [QS]কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, [QE][QS]আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে। [QE]
3. [QS]সেই লোক বোৱতী পানীৰ দাঁতিত ৰোৱা গছৰ নিচিনা, [QE][QS]যি গছে বতৰত ফল দিয়ে, [QE][QS]আৰু যাৰ পাত জঁয় নপৰে; [QE][QS]সেই লোকে সকলো কৰ্মতে সফলতা লাভ কৰে। [QE]
4. [QS]দুষ্টবোৰ তেনেকুৱা নহয়; [QE][QS]সিহঁত বতাহে উৰুৱাই নিয়া তুঁহৰ নিচিনা। [QE]
5. [QS]এই কাৰণে দুষ্টবোৰে ন্যায় বিচাৰত থিয় হ’ব নোৱাৰিব, [QE][QS]আৰু পাপীলোকে ধাৰ্মিকসকলৰ সভাত থাকিব নোৱাৰিব। [QE]
6. [QS]কাৰণ যিহোৱাই ধাৰ্মিকসকল চলা পথত সতর্ক দৃষ্টি ৰাখে, [QE][QS]কিন্তু দুষ্টবোৰৰ পথৰ অন্ত হ’ব সৰ্ব্বনাশ। [QE]
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 1 / 150
1 ধন্য সেই লোক, যি দুষ্টসকলৰ পৰামৰ্শ মতে নচলে, পাপীবিলাকৰ পথত থিয় নহয়, নিন্দকবোৰৰ সমাবেশত নবহে; 2 কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে। 3 সেই লোক বোৱতী পানীৰ দাঁতিত ৰোৱা গছৰ নিচিনা, যি গছে বতৰত ফল দিয়ে, আৰু যাৰ পাত জঁয় নপৰে; সেই লোকে সকলো কৰ্মতে সফলতা লাভ কৰে। 4 দুষ্টবোৰ তেনেকুৱা নহয়; সিহঁত বতাহে উৰুৱাই নিয়া তুঁহৰ নিচিনা। 5 এই কাৰণে দুষ্টবোৰে ন্যায় বিচাৰত থিয় হ’ব নোৱাৰিব, আৰু পাপীলোকে ধাৰ্মিকসকলৰ সভাত থাকিব নোৱাৰিব। 6 কাৰণ যিহোৱাই ধাৰ্মিকসকল চলা পথত সতর্ক দৃষ্টি ৰাখে, কিন্তু দুষ্টবোৰৰ পথৰ অন্ত হ’ব সৰ্ব্বনাশ।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 1 / 150
×

Alert

×

Assamese Letters Keypad References