অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে:কোৰহৰ সন্তান সকলৰ ৰচিত গীত। } [QS]হে সমুদায় জাতি, তোমালোকে হাত তালি দিয়া; [QE][QS]আনন্দেৰে ঈশ্বৰৰ উদ্দেশ্যে জয়ধ্বনি কৰা। [QE]
2. [QS]সৰ্ব্বোপৰি যিহোৱা বিস্ময়জনক; [QE][QS]সমগ্র পৃথিবীৰ ওপৰত তেৱেঁই মহান ৰজা। [QE]
3. [QS]তেওঁ লোক সমূহক আমাৰ অধীন কৰিলে, [QE][QS]জাতিবোৰক আমাৰ ভৰিৰ তল কৰিলে। [QE]
4. [QS]তেৱেঁই আমাৰ আধিপত্য মনোনীত কৰিলে; [QE][QS]সেই অধিপত্য তেওঁৰ প্ৰেমৰ পাত্র যাকোবৰ গৌৰৱৰ বিষয়। (চেলা) [QE]
5. [QS]ঈশ্বৰে জয়-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে; [QE][QS]যিহোৱাই শিঙা-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে। [QE]
6. [QS]তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, [QE][QS]প্ৰশংসাৰ গান কৰা; [QE][QS]তোমালোকে আমাৰ ৰজাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, [QE][QS]প্রশংসাৰ গান কৰা। [QE]
7. [QS]কিয়নো ঈশ্বৰ গোটই পৃথিবীৰ ৰজা; [QE][QS]তোমালোকে তেওঁৰ উদ্দেশ্যে এক বিশেষ উপলব্ধিৰে প্ৰশংসাৰ গান কৰা। [QE]
8. [QS]সকলো জাতিবোৰৰ ওপৰত ঈশ্বৰে ৰাজত্ব কৰে; [QE][QS]তেওঁৰ পবিত্ৰ সিংহাসনত তেওঁ বহি থাকে। [QE]
9. [QS]জাতি সমূহৰ ৰাজপুত্রসকল গোট খাইছে; [QE][QS]অব্ৰাহামৰ ঈশ্বৰৰ লোকৰ দৰেই গোট খাইছে; [QE][QS]কিয়নো পৃথিবীৰ ঢালবোৰ[* ঢালবোৰ শাসনকর্তা ] ঈশ্বৰৰ; [QE][QS]তেৱেঁই সবাতোকৈ মহান। [QE]

ৰেকৰ্ডসমূহ

মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 47 / 150
1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে:কোৰহৰ সন্তান সকলৰ ৰচিত গীত। } হে সমুদায় জাতি, তোমালোকে হাত তালি দিয়া; আনন্দেৰে ঈশ্বৰৰ উদ্দেশ্যে জয়ধ্বনি কৰা। 2 সৰ্ব্বোপৰি যিহোৱা বিস্ময়জনক; সমগ্র পৃথিবীৰ ওপৰত তেৱেঁই মহান ৰজা। 3 তেওঁ লোক সমূহক আমাৰ অধীন কৰিলে, জাতিবোৰক আমাৰ ভৰিৰ তল কৰিলে। 4 তেৱেঁই আমাৰ আধিপত্য মনোনীত কৰিলে; সেই অধিপত্য তেওঁৰ প্ৰেমৰ পাত্র যাকোবৰ গৌৰৱৰ বিষয়। (চেলা) 5 ঈশ্বৰে জয়-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে; যিহোৱাই শিঙা-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে। 6 তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, প্ৰশংসাৰ গান কৰা; তোমালোকে আমাৰ ৰজাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, প্রশংসাৰ গান কৰা। 7 কিয়নো ঈশ্বৰ গোটই পৃথিবীৰ ৰজা; তোমালোকে তেওঁৰ উদ্দেশ্যে এক বিশেষ উপলব্ধিৰে প্ৰশংসাৰ গান কৰা। 8 সকলো জাতিবোৰৰ ওপৰত ঈশ্বৰে ৰাজত্ব কৰে; তেওঁৰ পবিত্ৰ সিংহাসনত তেওঁ বহি থাকে। 9 জাতি সমূহৰ ৰাজপুত্রসকল গোট খাইছে; অব্ৰাহামৰ ঈশ্বৰৰ লোকৰ দৰেই গোট খাইছে; কিয়নো পৃথিবীৰ ঢালবোৰ* ঢালবোৰ শাসনকর্তা ঈশ্বৰৰ; তেৱেঁই সবাতোকৈ মহান।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 47 / 150
×

Alert

×

Assamese Letters Keypad References