অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)

যিচ অধ্যায় 12

1 সেই দিনা তুমি ক’বা, “হে যিহোৱা, মই আপোনাৰ ধন্যবাদ কৰিম; কাৰণ যদিও আপুনি মোৰ ওপৰত ক্ৰোধ আছিল, তথাপিও আপোনাৰ ক্ৰোধ আঁতৰিল, আৰু আপুনি মোক শান্ত্বনা দিলে। 2 চোৱা, ঈশ্বৰ মোৰ পৰিত্ৰাণকৰ্ত্তা, মই তেওঁত ভাৰসা কৰিম, আৰু ভয় নকৰিম; কাৰণ যিহোৱা, হয়, যিহোৱাই মোৰ শক্তি আৰু মোৰ গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল।” 3 পৰিত্ৰাণৰ নাদৰ পৰা তুমি আনন্দেৰে সৈতে পানী তুলিবা। 4 সেই দিনা তোমালোকে ক’বা, “যিহোৱাৰ ধন্যবাদ কৰা, আৰু তেওঁৰ নাম লোৱা; লোকসকলৰ মাজত তেওঁৰ কাৰ্যবোৰ প্ৰকাশ কৰা, তেওঁৰ নাম মহিমান্বিত বুলি ঘোষণা কৰা। 5 যিহোৱাৰ উদ্দেশ্যে গান কৰা, কিয়নো তেওঁ মহৎ কাৰ্য কৰিলে; সমগ্র পৃথিৱীত এই সকলো জানিবলৈ দিয়া হওক। 6 হে চিয়োন-নিবাসীসকল তোমালোক উচ্চস্বৰেৰে আনন্দ-ধ্বনি কৰা; কিয়নো ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা তোমালোকৰ মাজত মহান।”
1 সেই দিনা তুমি ক’বা, “হে যিহোৱা, মই আপোনাৰ ধন্যবাদ কৰিম; কাৰণ যদিও আপুনি মোৰ ওপৰত ক্ৰোধ আছিল, তথাপিও আপোনাৰ ক্ৰোধ আঁতৰিল, আৰু আপুনি মোক শান্ত্বনা দিলে। .::. 2 চোৱা, ঈশ্বৰ মোৰ পৰিত্ৰাণকৰ্ত্তা, মই তেওঁত ভাৰসা কৰিম, আৰু ভয় নকৰিম; কাৰণ যিহোৱা, হয়, যিহোৱাই মোৰ শক্তি আৰু মোৰ গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল।” .::. 3 পৰিত্ৰাণৰ নাদৰ পৰা তুমি আনন্দেৰে সৈতে পানী তুলিবা। .::. 4 সেই দিনা তোমালোকে ক’বা, “যিহোৱাৰ ধন্যবাদ কৰা, আৰু তেওঁৰ নাম লোৱা; লোকসকলৰ মাজত তেওঁৰ কাৰ্যবোৰ প্ৰকাশ কৰা, তেওঁৰ নাম মহিমান্বিত বুলি ঘোষণা কৰা। .::. 5 যিহোৱাৰ উদ্দেশ্যে গান কৰা, কিয়নো তেওঁ মহৎ কাৰ্য কৰিলে; সমগ্র পৃথিৱীত এই সকলো জানিবলৈ দিয়া হওক। .::. 6 হে চিয়োন-নিবাসীসকল তোমালোক উচ্চস্বৰেৰে আনন্দ-ধ্বনি কৰা; কিয়নো ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা তোমালোকৰ মাজত মহান।”
  • যিচ অধ্যায় 1  
  • যিচ অধ্যায় 2  
  • যিচ অধ্যায় 3  
  • যিচ অধ্যায় 4  
  • যিচ অধ্যায় 5  
  • যিচ অধ্যায় 6  
  • যিচ অধ্যায় 7  
  • যিচ অধ্যায় 8  
  • যিচ অধ্যায় 9  
  • যিচ অধ্যায় 10  
  • যিচ অধ্যায় 11  
  • যিচ অধ্যায় 12  
  • যিচ অধ্যায় 13  
  • যিচ অধ্যায় 14  
  • যিচ অধ্যায় 15  
  • যিচ অধ্যায় 16  
  • যিচ অধ্যায় 17  
  • যিচ অধ্যায় 18  
  • যিচ অধ্যায় 19  
  • যিচ অধ্যায় 20  
  • যিচ অধ্যায় 21  
  • যিচ অধ্যায় 22  
  • যিচ অধ্যায় 23  
  • যিচ অধ্যায় 24  
  • যিচ অধ্যায় 25  
  • যিচ অধ্যায় 26  
  • যিচ অধ্যায় 27  
  • যিচ অধ্যায় 28  
  • যিচ অধ্যায় 29  
  • যিচ অধ্যায় 30  
  • যিচ অধ্যায় 31  
  • যিচ অধ্যায় 32  
  • যিচ অধ্যায় 33  
  • যিচ অধ্যায় 34  
  • যিচ অধ্যায় 35  
  • যিচ অধ্যায় 36  
  • যিচ অধ্যায় 37  
  • যিচ অধ্যায় 38  
  • যিচ অধ্যায় 39  
  • যিচ অধ্যায় 40  
  • যিচ অধ্যায় 41  
  • যিচ অধ্যায় 42  
  • যিচ অধ্যায় 43  
  • যিচ অধ্যায় 44  
  • যিচ অধ্যায় 45  
  • যিচ অধ্যায় 46  
  • যিচ অধ্যায় 47  
  • যিচ অধ্যায় 48  
  • যিচ অধ্যায় 49  
  • যিচ অধ্যায় 50  
  • যিচ অধ্যায় 51  
  • যিচ অধ্যায় 52  
  • যিচ অধ্যায় 53  
  • যিচ অধ্যায় 54  
  • যিচ অধ্যায় 55  
  • যিচ অধ্যায় 56  
  • যিচ অধ্যায় 57  
  • যিচ অধ্যায় 58  
  • যিচ অধ্যায় 59  
  • যিচ অধ্যায় 60  
  • যিচ অধ্যায় 61  
  • যিচ অধ্যায় 62  
  • যিচ অধ্যায় 63  
  • যিচ অধ্যায় 64  
  • যিচ অধ্যায় 65  
  • যিচ অধ্যায় 66  
×

Alert

×

Assamese Letters Keypad References